autonomousautonomy

autonomous car (English) [ IPA: [IPA] ASM: অটোনমাচ কাৰ]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-10-10
1. Technology-Engineering(Material Noun-Neuter) A new technology where a car is driven by a computer with artificial intelligence and a number of sensors like camera, radar etc. এক নতুন প্ৰযুক্তি য’ত এটা কৃত্ৰিম বুদ্ধিমত্তা থকা পৰিকলন যন্ত্ৰই কেমেৰা,ৰাডাৰ আদি বিভিন্ন সংবেদকৰ সহায়ত মানুহৰ সহায় নোবোৱাকৈ এখন গাড়ী চলাব পাৰে৷